পঞ্জীয়নৰ সময়সীমা বৃদ্ধি NEET 2021

0 4,959

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষাৰ 2021-ৰ বাবে পঞ্জীয়নৰ সময়সীমা 10 আগষ্ট, 2021 লৈ বৃদ্ধি। সংস্থাটোৰ অফিচিয়েল ৱেবছাইটত জনোৱা হৈছে কথা। যিসকল প্ৰাৰ্থীয়ে এতিয়াও NEET পৰীক্ষাৰ বাবে আবেদন কৰিবলৈ বাকী আছে তেওঁলোকক ntaneet.nic.in প্ৰৱেশ পৰীক্ষাৰ অফিচিয়েল ৱেবছাইটত সকলো তথ্য চাব পাৰিব।

NEET UG 2021 পৰীক্ষাৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। সংস্থাটোৱে 12 ছেপ্টেম্বৰত সমগ্ৰ দেশৰ বিভিন্ন কেন্দ্ৰত NEET UG 2021 পৰীক্ষা অনুষ্ঠিত কৰিব। সমূৰ্ন কভিড নীতি মানি, সংস্থাটোৱে পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া 155খন চহৰৰ পৰিৱৰ্তে 198 লৈ বৃদ্ধি কৰিছে। ২০২০ চনত ব্যৱহৃত ৩৮৬২ টা কেন্দ্ৰৰ পৰা পৰীক্ষা কেন্দ্ৰৰ সংখ্যাও বৃদ্ধি কৰা হ’ৱ বুলি জনোৱা হয়।

Leave A Reply

Your email address will not be published.