‘বিগ বি’ অমিতাভ বচ্চনৰ বাসগৃহত বোমাতংক, আতংকিত বচ্চন পৰিয়াল

0 69,749

মুম্বাই আৰক্ষীৰ মুখ্য নিয়ন্ত্ৰণ কক্ষলৈ এটা ফোনকল আৰু তাৰপিছতে আৰক্ষী কক্ষত লাগিল হাহাকাৰ। উক্ত ফোনকলটোত এজন অজ্ঞাত ব্যক্তিয়ে অমিতাভ বচ্চনৰ বাসগৃহত বোমা ৰখাৰ কথা উল্লেখ কৰে

Jalsa bungalow

লগতে মুম্বাইৰ তিনিটা ৰেল ষ্টেচন ক্ৰমে ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাস, বাইকুল্লা আৰু দাদৰ ষ্টেচনত বোমা ৰখাৰ কথা উল্লেখ কৰে।

ইতিমধ্যে আৰক্ষীৰ লগতে বোম স্কোয়াড আৰু জিআৰপি দলে চলাইছে তদন্ত কিন্তু এতিয়ালৈ কোনো সন্দেহজনক একো পোৱা নাই বুলি জানিব পৰা গৈছে।

ইতিমধ্যে আৰক্ষীয়ে ফোনকলটো প্ৰৱঞ্চনামূলক কল বুলি অভিহিত কৰিছে।

media school
Leave A Reply

Your email address will not be published.