কেন্দ্ৰৰ ঘোষণা, দুৰ্ঘটনাত নিহতৰ পৰিয়ালে লাভ কৰিব ২ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য

0 22,915

এতিয়াৰে পৰা পথ দুৰ্ঘটনাত নিহত হোৱা পৰিয়ালে লাভ কৰিব ২লাখ টকা। কেন্দ্ৰৰ ঘোষণা,দুৰ্ঘটনাত নিহতৰ পৰিয়ালে লাভ কৰিব ২ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য ।

SOURCE-GOOGLE

পূৰ্বতে দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিছিল ২৫ হাজাৰ টকা আৰু দু্যঘটনাত আঘাতপ্ৰাপ্ত হ’লে লাভ কৰিছিল ১২,৫০০ টকা।

কিন্তু বুধবাৰে এক চৰকাৰী বিবৃতি যোগে জনোৱা হয় যে এতিয়াৰে পৰা দুৰ্ঘটনাত মৃত্যু হোৱা পৰিয়ালে লাভ কৰিব ২লাখ টকা আৰু আঘাতপ্ৰাপ্ত হ’লে লাভ কৰিব ৫০হাজাৰ টকা। আনহাতে চৰকাৰে মটৰ বাহন দুৰ্ঘটনা পুঁজি স্থাপন কৰিব য’ত দু্যঘটনা হ’লে ক্ষতিপূৰণ আৰু চিকিৎসা লাভ কৰিব।

media school
Leave A Reply

Your email address will not be published.