টেট পৰীক্ষা, ২০২১

0 5,556

টেট পৰীক্ষাৰ বাবে সাজু হোৱাৰ সময় আহি পৰিছে পৰীক্ষাৰ্থীসকলৰ, কিয়নো অহা ২৪ অক্টোবৰত অনুষ্ঠিত হ’ব ৰাজ্যত টেট পৰীক্ষা আৰু টেটৰ বাবে আবেদন কৰাৰ আজি হৈছে অন্তিম দিন

এই আবেদন অনলাইন যোগে কৰিব পাৰিব লগতে আবেদন পত্ৰসমূহ উপলব্ধ হ’ব সৰ্বশিক্ষা অভিযানৰ অফিচিয়েল ৱেবচাইট
https://ssa.assam.gov.in ত ।এই টেট পৰীক্ষা
উচ্চ আৰু নিম্ন প্ৰাথমিক শ্ৰেণীৰ বাবে অনুষ্ঠিত হ’ব আৰু পৰিক্ষাৰ্থীসকলে ১০ অক্টোবৰত পৰীক্ষাৰ এডমিট কার্ডসমূহ লাভ কৰিব । ইতিমধ্যে
ৰাজ্যচৰকাৰে টেট পৰীক্ষা সম্পূৰ্ণ কোভিড বিধি মানি অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছে লগতে পৰিক্ষাৰ্থী সমূহে মাস্ক আৰু চেনিটাইজাৰ নিয়াটো বাঞ্চনীয় বুলি উল্লেখ কৰিছে ।

media school
Leave A Reply

Your email address will not be published.