SBI গ্ৰাহকৰ বাবে বিশেষ সুবিধা

0 3,315

SBI গ্ৰাহকৰ বাবে সুখবৰ ।ষ্টেট বেংকত একাউণ্ট থকা সকলে লাভ কৰিব ২ লাখ টকাৰ বীমা । বেংকত জন ধন একাউণ্ট থকা সকলে লাভ কৰিব এই বীমাৰ সুবিধা ।

যি সকল গ্ৰাহকৰ জন ধন একাউন্ট নাই তেওঁলোকে এই বীমাৰ সুবিধা সমূহ পাবলৈ নিজৰ বেসিক সেভিংছ একাউণ্ট সমূহ জন ধন একাউন্টলৈ ৰূপান্তৰ কৰিব পাৰিব । এই নতুন যোজনা অনুসৰি কোনো ব্যক্তি দুর্ঘটনাগ্ৰস্ত হ’লে লাভ কৰিব ২লাখ টকাৰ এক্সিডেণ্টেল কভাৰ বেনিফিট । আৰু ইচ্ছুক গ্ৰাহকসকলে নতুন জন ধন একাউণ্ট খুলিবলৈ, নিকটতম বেঙ্ক শাখালৈ গৈ এখন আবেদন পত্ৰ পূৰণ কৰিব লাগিব আৰু তাত নিজৰ নাম, মোবাইল নম্বৰ, বেঙ্ক শাখাৰ নাম, আবেদকাৰৰ ঠিকনা মনোনীত ব্যক্তি আয়, মুঠ আশ্ৰয়ৰ সংখ্যা, এছএছএ বা ৱাৰ্ড নম্বৰ, ভিলেজ কোড বা মহানগৰ কোড আদি জৰুৰী তথ্যসমূহ অন্তৰ্ভুক্ত কৰিব লাগিব

media school
Leave A Reply

Your email address will not be published.