ছবি নিৰ্মাণ হ’ব মহাকাশত

0 13,180

অদ্ভুত চখৰ অধিকাৰী বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি এলন মাস্কৰ এক নতুন সিদ্ধান্ত । এলন মাস্কে মহাকাশ অভিযানত নিজৰ কোম্পানীৰ দ্বাৰা ৰকেট উৎক্ষেপন প্ৰক্ৰিয়া আৰম্ভ কৰি, মহাকাশত ছবি নিৰ্মাণৰ মন মেলিছে । আইনীভাৱে বৈধ পৰ্ণ ছবি শিখৰলৈ লৈ যোৱাৰ বাবে মহাকাশত হ’ব এতিয়া পৰ্ণ ছবিৰ শ্বুটিং।

আৰু পৰোক্ষভাৱে এই ছবি নিৰ্মাণত এলন মাস্ক জড়িত হোৱাৰ সম্ভাৱনা আছে বুলি সংবাদ মাধ্যমত চৰ্চিত হৈ আছে । আৰু এই মিছনত লেক্সি লুনা নামৰ অভিনেত্ৰীগিৰাকীয়ে সহায় কৰাৰ কথা ইতিমধ্যে প্ৰকাশ পাইছে। পৰ্ণ ছবিক নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে এইয়া এক অনন্য মহাকাশ অভিযান হ’ব বুলি এই বিষয়টোই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে ।

media school
Leave A Reply

Your email address will not be published.