গৰুখুঁটিৰ ৬০ শতাংশ লোকৰে নাম নাই NRCত : মুখ্যমন্ত্ৰী

0 500

সমষ্টি দখলৰ ব্লুপ্ৰিণ্ট একাংশৰ, ২০২৬ চনৰ ভিতৰত জনগাঁথনি পৰিৱৰ্তনৰ লক্ষ্য। পৰৱৰ্তী নিৰ্বাচনত ছিপাঝাৰ, বৰছলা, লামডিং সমষ্টি দখলৰ লক্ষ্য, ২০৫০ চনৰ ভিতৰত শাসনভাৰ লোৱাৰ পৰিকল্পনা। পিছে কোন তেওঁলোক সেয়া স্পষ্টকৈ নকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

গৰুখুঁটিৰ ৬০ শতাংশ লোকৰ নাম নাই NRCত, নাই ভোটাধিকাৰ। তেওঁলোকক কোনো কাৰণতে মাটি দিয়া নহ’ব।  গৰুখুঁটিৰ ৬০ শতাংশ দখলকাৰী বাঘবৰ, দলগাঁৱৰ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বাকী প্ৰকৃততে পাবলগীয়াসকলে ৬ বিঘাকৈ মাটি পাব বুলি উল্লেখ কৰে শৰ্মাই।

media school
Leave A Reply

Your email address will not be published.