বিশ্ব জয়লৈ মাত্ৰ এখোজ, ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰেষ্টলাৰ

0 2,633

ৰেষ্টলাৰ সুশীল কুমাৰৰ পিছত ইতিহাস ৰচিবলৈ সাজু এগৰাকী ভাৰত কন্যা ।ভাৰতৰ দ্বিতীয় গৰাকী বিশ্ব চেম্পিয়ন হোৱাৰ পথত ১৯ বছৰীয়া অঞ্চু মালিক ।দেশৰ প্ৰথম গৰাকী মহিলা মল্ল যোদ্ধা হিচাপে বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিলে অঞ্চু মালিকে। জুনিয়ৰ ইউৰোপীয়ান চেম্পিয়ন চ’ল’ মিয়াক পৰাস্ত কৰি গঢ়িলে এই অভিলেখ । প্ৰথমগৰাকী ভাৰতীয় মহিলা ৰেষ্টলাৰ হিচাপে ৰেকৰ্ড গঢ়ি দেশলৈ সুনাম কঢ়িয়াই আনিলে অঞ্চু মালিকে

তেওঁৰ সফলতাত এতিয়া দেশবাসী নথৈ আনন্দিত আৰু সকলোৱে ফাইনেলত মালিকৰ চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে অতি আগ্ৰহেৰে বাট চাই আছে ।

media school
Leave A Reply

Your email address will not be published.