আহি আছে ”ডিডিমোছ” নামৰ বিভীষিকা

0 14,147

অতি সোনকালে পৃথিৱীলৈ আহি আছে বিভীষিকা । এটা গ্ৰহণুৰ সংঘৰ্ষৰ ফলত হ’ব পাৰে অঘটন । এতিয়া বৈজ্ঞানিকসকল এই সন্দৰ্ভত চিন্তিত হৈছে পৰিছে আৰু পৃথিৱীক বচাবলৈ কৰিছে কোচ কাৱাজ ।ডিডিমোছ নামৰ এটা গ্ৰহাণু ক্ৰমাৎ আগবাঢ়ি আছে পৃথিৱী অভিমুখে । বৈজ্ঞানিক সকলে আশঙ্কা কৰা মতে পৃথিৱী আৰু ডিডিমোছৰ সংঘৰ্ষৰ ফলত ধৰাপৃষ্ঠত সৃষ্টি হ’ব পাৰে ধ্বংসলীলা।

ডিডিমোছ হৈছে দুটা অংশযুক্ত এটা বাইনাৰি গ্ৰহাণু। ইয়াৰ আকাৰ প্ৰায় ২,৫৫৯ ফুট আৰু ইয়াৰ গৌণ শৰীৰৰ আকাৰ হ’ল প্ৰায় ৫২৫ ফুট । বৈজ্ঞানিক অনুমান অনুসৰি এই বৃহৎ আকাৰৰ চন্দ্ৰবিন্ধিৰ যদি পৃথিৱীৰ সৈতে সংঘৰ্ষ হয় তেন্তে ধৰালৈ নামিব বিভীষিকা । বৰ্তমান NASA য়ে ডিডিমোছৰ অৱস্থিতি জানিবৰ বাবে দুৰবিন ব্যৱহাৰ কৰি পৰ্যবেক্ষণ কৰি আছে আৰু অহা ২৩ নৱেম্বৰত মহাকাশত গ্ৰহাণু বিস্ফোৰণ কৰি আৰম্ভ কৰিব “ডাবল এষ্টেৰইড ৰিডাইৰেকশ্বন টেষ্ট” নামে এই অভিযান । পৃথিৱী বচাবলৈ NASAয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ

media school
Leave A Reply

Your email address will not be published.