ড০ মনমোহন সিঙৰ স্বাস্থ্যৰ অৱনতি

1 585

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ স্বাস্থ্যৰ অৱনতি । জ্বৰ আৰু দুৰ্বলতাৰ বাবে তেওঁক দিল্লীৰ “AIIMS”ত ভৰ্তি কৰোৱা হৈছে।

88 বছৰীয়া ডাঃ সিঙক এইমছৰ কাৰ্ডিঅ’ নিউৰো টাৱাৰত চিকিৎসা কৰা হৈছে। লগতে উল্লেখ্য যে কভাক্সিনৰ দুয়োটা পালি গ্ৰহণ কৰাৰ পিছতো ১৯ এপ্ৰিলত প্ৰাক্তন প্ৰধামন্ত্ৰী গৰাকী ক’ভিডত আক্ৰান্ত হৈছিল আৰু বহুত দিনলৈ হস্পিতালত ভৰ্তি হৈ আছিল ।

media school
1 Comment
  1. good work, I always visit this site for latest news

Leave A Reply

Your email address will not be published.