সৌৰজগতৰ ৰহস্য ফাদিলৰ বাবে NASAৰ নতুন অভিযান

1 2,030

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা NASAয়ে অহা সপ্তাহত গ্ৰহাণুসমূহৰ অধ্যয়নৰ বাবে এটা গুৰুত্বপূৰ্ণ অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে আৰু মিছনটোক “লুচি এষ্ট্ৰইড” নামেৰে নামাকৰণ কৰিছে ।সৌৰজগতৰ প্ৰাচীন গ্ৰহ সমূহৰ অধ্যয়ন কৰাৰ লগতে সৌৰজগতৰ উৎপত্তিৰ ৰহস্য ফাদিল কৰিবলৈ আৰম্ভ কৰা হ’ব ৭৩৮৭ কোটি টকাৰ NASAৰ এই অভিযান ।

অহা ১৬ অক্টোবৰত লুচি মহাকাশযান উৎক্ষেপণ কৰাৰ পৰিকল্পনা হাতত লৈছে । উল্লেখ্য যে মহাকাশযান খনে সৌৰজগতৰ পৰা ওলাই আহিবলৈ ১২ বছৰ সময় ল’ব। ইয়াৰ মাজতে, ই আধা ডজনতকৈও অধিক ট্ৰজান গ্ৰহাণুৰ ওচৰৰ পৰা ওলাই আহিব আৰু বৰ্তমান এই লুচি নামৰ মহাকাশযান খনে বৃহস্পতি গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি আছে ।

media school
1 Comment
  1. enewsNE is doing a great work. I’m visiting daily

Leave A Reply

Your email address will not be published.