পুনৰ মুখামুখি হ’ব ”ইণ্ডিয়া – পাকিস্তান”

0 8,301

ক্ৰিকেটপ্ৰেমী সকলৰ বাবে আজি এক বিশেষ দিন ।অধীৰ আগ্ৰহেৰে বাটচাই থকা T20 World Cup ইতিমধ্যে আৰম্ভ হৈছে । আৰু আজি ইণ্ডিয়া -পাকিস্তানৰ মাজৰ ৰোমাঞ্চকৰ ক্ৰিকেট খেল অনুষ্ঠিত হ’ব ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ।

আইচিচি টুৰ্ণামেণ্টত যেতিয়া ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেটদল মুখামুখি হয়, দৰ্শকো অধিক উত্তেজিত হৈ পৰে কিন্তু বিগত কিছু বছৰ ধৰি ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ বাবে দুয়োটা দলৰ মাজত খেলসমূহ অনুষ্ঠিত হোৱাত কিছু ব্যাঘাত জন্মা পৰিলক্ষিত হৈছিল কিন্তু আজিৰ এই খেলখনে দৰ্শকৰ মাজত পুনৰ উত্তেজনা বঢ়াই তুলিব ।

media school
Leave A Reply

Your email address will not be published.