কেনেকৈ উদযাপন কৰিব দীপাৱলী?

0 3,085

দীপাৱলীক লৈ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ বিশেষ ঘোষণা । সন্ধিয়া ৮ বজাৰ পৰা ১০ বজালৈ মাত্ৰ দুঘণ্টাৰ বাবে ফুটাব পাৰিব ফটকা আৰু আতচবাজী

সেউজীয়া ফটকা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে । ব্যৱসায়ীসকলে সেউজীয়া ফটকাৰ বাহিৰে যদি অন্য ফটকা বিক্ৰী কৰে তেন্তে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলিও প্ৰকাশ কৰিছে চৰকাৰে আৰু ইয়াৰ লগতে সমগ্ৰ অসমতে নজৰ ৰাখিব শব্দ প্ৰদূষণ বোৰ্ড আৰু প্ৰশাসনে ।আগন্তুক উৎসৱ পাৰ্বনসমূহৰ বাবেও প্ৰশাসনে জাৰী কৰিছে কিছু নীতি নিয়ম

media school
Leave A Reply

Your email address will not be published.