নিজৰ পিতৃক হত্যা কৰি জেললৈ গ’ল এগৰাকী ১২ বছৰীয়া কিশোৰী , কাৰণ জানিলে আপুনিও হ’ব আচৰিত

0 64,735

নিজৰ বান্ধৱীৰ সৈতে মিলি এগৰাকী ১২ বছৰীয়া কিশোৰীয়ে হত্যা কৰিলে নিজৰ পিতৃক । এক আজৱ কাৰণৰ বাবে কিশোৰী গৰাকীয়ে কৰিলে এনে ঘৃণনীয় কাণ্ড । ছুৰীৰে আঘাত কৰি নিৰ্মমভাৱে হত্যা কৰি জেললৈ গ’ল দুই কিশোৰী ।

এই ঘটনা সংঘটিত হৈছে ব্ৰাজিলৰ ছাণ্টা কেটৰিনাত । যোৱা ১৫ অক্টোবৰত সংঘটিত হৈছিল এই কাণ্ড । কিশোৰীগৰাকীয়ে ৪৬ বছৰীয়া পিতৃ নিফ লুইচক হত্যা কৰিছিল আৰু আটাইতকৈ আচৰিত কথাটো হ’ল হত্যাৰ আঁৰৰ কাহিনী । কিশোৰীগৰাকীয়ে বিখ্যাত হ’বলৈ সংঘটিত কৰে এই হত্যাকাণ্ড। তথ্য অনুসৰি ২০০২ চনত ব্ৰাজিলৰ এজন বাসিন্দাই নিজৰ পিতৃ মাতৃক হত্যা কৰি জেললৈ গৈছিল আৰু সেই হত্যাকাণ্ডৰ পৰা অনুপ্ৰেৰিত হৈ বিখ্যাত হ’বলৈ এই কিশোৰী গৰাকীয়েও হত্যা কৰে নিজ পিতৃক ।বিখ্যাত হোৱাৰ বাবে নিজৰ পিতৃক হত্যা কৰি জেললৈ গৈ নিজৰ স্বাকাৰোক্তি প্ৰদান কৰিছে যদিও কিশোৰী গৰাকীৰ নাই কোনো অণুশোচনা ।

media school
Leave A Reply

Your email address will not be published.