খেলৰত্ন বঁটাৰ বাবে মনোনীত লাভলীনা বৰগোঁহাই

0 881

ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা সমিতিয়ে বুধবাৰে মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটাৰ বাবে অসমৰ বক্সাৰ লাভলীনা বৰগোঁহাই ধৰি ১১ জন খেলুৱৈক মনোনীত কৰে।

অসমৰ গোলাঘাট জিলাৰ বাসিন্দা বক্সাৰ লভলিনা বৰগোহাইনে টকিঅ’ অলিম্পিক ২০২০ত ব্ৰঞ্জৰ পদক জয় কৰি ভাৰতলৈ সুনাম কঢ়িয়াই আনিছিললাভলীনা উপৰিও খেল ৰত্ন বঁটাৰ বাবে মনোনীত আন খেলুৱৈসকলৰ ভিতৰত আছে নীৰজ চোপ্ৰা (এথলেটিকছ), ৰবি দাহিয়া (কুস্তি), পিআৰ শ্ৰীজেশ (হকী), সুনীল চেত্ৰী (ফুটবল), মিতালী ৰাজ (ক্ৰিকেট), প্ৰমোদ ভগত (বেডমিণ্টন), সুমিত এণ্টিল (এথলেটিকছ), অৱনী লেখাৰা (শ্বুটিং), কৃষ্ণ নগৰ (বেডমিণ্টন) আৰু মনীষ ৱাল (নৰৱাল)।খেল ৰত্ন বঁটাৰ প্ৰাৰ্থী হিচাপে মনোনীত হোৱাৰ বাবে অসমৰ কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে আন বহুতো ৰাজনৈতিক নেতাই লাভলীনাক টুইটযোগে অভিনন্দন জনায়

media school
Leave A Reply

Your email address will not be published.