ভেকচিন নহয়,এইবাৰ ভাৰতে তৈয়াৰ কৰিছে এণ্টি ক’ভিড টেবলেট

0 1,062

ভাৰতে প্ৰস্তুত কৰি উলিয়ালে ক’ভিড ভাইৰাচৰ ঔষধ

ভেকচিন নহয়,এইবাৰ ভাৰতে তৈয়াৰ কৰিছে এণ্টি ক’ভিড টেবলেট

এই টেবলেটৰ নাম দিয়া হৈছে ‘মালনু পিৰাভিৰ’

ডিচেম্বৰ মাহৰ ভিতৰত মালনু পিৰাভিৰে লাভ কৰিব স্বীকৃতি

ক’ভিড ষ্ট্ৰেটেইজি গ্ৰুপৰ অধ্যক্ষ ডা° ৰামবিশ্বকৰ্মাই সদৰী কৰে এই কথা

এই ঔষধৰ মূল্য হ’ব ২০০০-৪০০০ টকা

৫ টাকৈ ঔষধ প্ৰস্তুতকাৰী কোম্পানীয়ে উৎপাদন কৰিব
এই টেবলেটবিধ

media school
Leave A Reply

Your email address will not be published.