চৰকাৰক কঠোৰ সকীয়নি উচ্চতম ন্যয়ালয়ৰ-”কিয় দিয়া নাই ৫০ হাজাৰ টকাৰ চৰকাৰী সাহায্য”

0 2,774

ৰাজ্য চৰকাৰক কঠোৰ সকীয়নি উচ্চতম ন্যয়ালয়ৰ

৬ খন ৰাজ্যক বিশেষ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

ক’ভিদত পিতৃমাতৃ হেৰুওৱা নিঠৰুৱাৰ প্ৰতি সদয় ন্যায়ালয়

দেশৰ ১০ সহস্ৰাধিক পিতৃমাতৃহীন নিঠৰুৱাক সহায়ৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

চৰকাৰী ৫০ হাজাৰ সাহায্য কিয় দিয়া নাই বুলি ন্যায়ালয়ৰ প্ৰশ্ন

কৈফিয়ৎ বিচাৰি তলব কৰিলে অন্ধ্ৰপ্ৰদেশ – বিহাৰৰ মুখ্য সচিবক

কেৰেলা, গুজৰাট, মহাৰাষ্ট্ৰ, তেলেংগানা আৰু ঝাৰখণ্ডকো কৈফিয়ৎ তলব সৰ্বোচ্চ ন্যায়ালয়ৰ

সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপতি ন্যায়াধীশ এম আৰ শ্বাহ আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাৰ খণ্ড বিচাৰপীঠে এক আবেদনৰ ভিত্তিত শুনানি গ্ৰহণ কৰিছিল ৷

media school
Leave A Reply

Your email address will not be published.