দেশবাসীৰ বাবে এক ভাল খবৰ, শীঘ্ৰেই ঘৰলৈ যাব কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ

0 2,777

দেশবাসীৰ বাবে এক ভাল খবৰ

সুস্থ হৈ উঠিছে সুৰ আৰু কন্ঠৰ যাদুকৰ লতা মংগেশকাৰ

কোটি কোটি জনতাৰ হিয়াৰ আমঠু লতা দি সুস্থ হৈছে

ক’ভিদত আক্ৰান্ত লতা দি দক্ষিণ মুম্বাইৰ ব্ৰিছ কেণ্ডী হস্পিতালৰ আইচিইউত চিকিৎসাধীন হৈ আছে

চিকিৎসকৰ পৰামৰ্শ পালেই শীঘ্ৰেই ঘৰলৈ যাব পাৰিব কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ

৯২ বছৰীয়া লতাদিৰ স্বাস্থ্যৰ অৱনতি হোৱা নাই আৰু তেওঁ সুস্থ হৈ উঠিছে বুলি প্ৰকাশ কৰে মুখপাত্ৰ অনুশা শ্ৰীনিৰ্বাসন আয়াৰে ৷

media school
Leave A Reply

Your email address will not be published.