ভাল খবৰ! কেন্দ্ৰীয় কৰ্মচাৰীৰ বেংক একাউণ্টলৈ আহিব ২ লাখ টকা

0 14,675

ভাল খবৰ! কেন্দ্ৰীয় কৰ্মচাৰীৰ বেংক একাউণ্টলৈ আহিব ২ লাখ টকা

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে এক ভাল খবৰ। ১৮ মাহৰ পৰা বন্ধ হৈ থকা Dearness Allowance মুকলি কৰি দিয়াৰ সিদ্ধান্ত বৰ্তমানে লোৱা নাই যদিও অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে।

কেন্দ্ৰীয় কৰ্মচাৰীৰ ডি এক লৈ কেন্দ্ৰীয় কেবিনেটে আগন্তুক বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বুলি অনুমান কৰা হৈছে।যদি মুকলি কৰি দিয়া হয় কেবিনেট পৰিষদে বিগত ১৮ মাহৰ পৰা বন্ধ হৈ থকা ডিএ এটা কিস্তিতে দি শেষ কৰাৰ পৰিকল্পনা কৰিব।যদি এটা কিস্তিতে দি শেষ কৰে তেন্ত চৰকাৰী কৰ্মচাৰীৰ একাউণ্টতলৈ আহিব ২ লাখ টকা।


লেভেল–১ৰ কৰ্মচাৰীৰ ডিএ ১১,৮৮০ টকাৰ পৰা ৩৭,০০০ টকাৰ মাজত হ’ব। আনহাতে, লেভেল –১৩ৰ কৰ্মচাৰীক ১,৪৪,২০০ টকাৰ পৰা ২,১৮,২০০ টকা ডিএ এৰিয়াৰ হিচাপে পাব।কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিএ বছৰত দুবাৰ জানুৱাৰীৰ পৰা জুলাইৰ ভিতৰত আপডেট কৰা হয়।
News Desk E News Ne

media school
Leave A Reply

Your email address will not be published.