ভাৰতত বন্ধ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা !

0 495

ভাৰত চৰকাৰৰ নিৰ্দেশ অনুসৰি স্থগিত হ’ল সকলো আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা ।পৰৱৰ্তী নিৰ্দেশ জাৰি নোহোৱা পৰ্যন্ত স্থগিত থাকিব ভাৰতৰ আন্তৰাষ্ট্ৰীয় বিমান সেৱা ।অসামৰিক বিমান সেৱাৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই নতুন নিৰ্দেশনা৷

পূৰ্বতে ক’ভিডৰ বাবে ১৯ জানুৱাৰী পৰা ২৮ ফেব্ৰুৱাৰী পৰ্যন্ত বন্ধ কৰা আছিল আন্তৰাষ্ট্ৰীয় বিমান সেৱা । ক’ভিড পৰিস্থিতি কিছু শিথিল হোৱাৰ পিছত বিমান সেৱা আৰম্ভ হৈছিল যদিও বৰ্তমান ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে এই পুনৰ এবাৰ বন্ধ কৰি দিলে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা ।

media school
Leave A Reply

Your email address will not be published.