গপত গঙ্গাটোপ আলিয়া,নিজকে ক’লে -‘মই বলীউদৰ এক নম্বৰ নায়িকা’

0 13,714

বলীউডৰ অভিনেত্ৰীৰ যাত্ৰা হলীউদলৈ৷আলিয়া ভাটক এতিয়া হলিউডৰ চলচ্চিত্ৰ পৰিচালক টম হাৰ্পাৰৰ নতুন অপৰাধ থ্ৰিলাৰত দেখা যাব।ছবিখনৰ নাম হৈছে ‘হাৰ্ট অফ ষ্টোন’। এই চলচ্চিত্ৰখনত, আলিয়াক গাল গোডো আৰু জেমি ডৰেনৰ সৈতে দেখা যাব। আলিয়াৰ ছবিখন নেটফ্লিক্সত মুক্তি পাব।নেটফ্লিক্সে আলিয়াৰ হলিউডত ভৰি দিয়াৰ খবৰ ঘোষণা কৰিছে।আলিয়া ভট্ট অভিনীত ‘গঙ্গুবাই কাঠিয়াৱাড়ী’য়ে মুক্তিৰ এসপ্তাহৰ ভিতৰত ১০০ কোটি টকাৰ ব্যৱসায় কৰিছে। আলিয়াই কৈছে যে তেওঁ এতিয়া বলীউডৰ এক নম্বৰ নায়িকা।গঙ্গুবাই’ আলিয়াই ইংগিত দিছে যে দীপিকা পাডুকন আৰু প্ৰিয়ংকা চোপ্ৰা তেওঁৰ পৰা বহুত পিছ পৰিল।অৱশ্যে, দীপিকা আৰু প্ৰিয়ংকাক চেৰ  পেলালেও আলিয়াই কিছু পৰিমাণে এই দুগৰাকী নায়িকাৰ পথ অনুসৰণ কৰিছিল।

media school
Leave A Reply

Your email address will not be published.