দুৰ্নীতিৰ অভিযোগত ইছৰাইলৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীত বিক্ষোভ

0 756

দুৰ্নীতিৰ অভিযোগত ইছৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতন্যাহুৰ পদত্যাগৰ দাবী তুলি দেশৰ বিভিন্ন প্ৰান্তত সহস্ৰাধিক লোকে বিক্ষোভ প্ৰদৰ্শন কৰে ।অভিযোগ অনুসৰি কোৰোনা মহামাৰীৰ সময়ত নেতন্যাহুৱে কোৰোনা ভাইৰাছৰ সতে সঠিক ভাৱে মোকাবিলা কৰাত ব্যৰ্থ হৈছে।

লকডাউন নিয়ম অনুসৰি জনসাধাৰণে তেওঁলোকৰ ঘৰবোৰৰ এক কিলোমিলোৰ ভিতৰত প্ৰদৰ্শন কৰিছে বিক্ষোভ।আটাইতকৈ ডাঙৰ বিক্ষোভটো হয় হৰিমা স্কেৱৰত। ঠাইতখনত সহস্ৰাধিকলোক সমবেত হয়।তেওঁলোকে বেনাৰত লিখিছিল, “বিবি (দেশত নেতন্যাহুক এই নামেৰে মতা হয়), আপুনি মোৰ ভৱিষ্যত ধ্বংস কৰি আছে।

media school
Leave A Reply

Your email address will not be published.