আৰক্ষীৰ জালত গো মাফিয়া, উদ্ধাৰ পিষ্টল সহ AK-47ৰ গুলী

0 716

বিগত তিনি মাহে আত্মগোপন কৰি থকা ধুবুৰীৰ গো মাফিয়া আদাম আলীক দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱাশিস চৌধুৰীৰ নেতৃত্বত সাতদিন ধৰি চলাইছিল গোপন অভিযান।অৱশেষত অভিযানকাৰী দলটোৱে দেওবাৰে পুৱা গুৱাহাটীৰ হাতীগাঁও গ্ল’বেল  চিকিৎসালয়ৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰে ধৃত আদামক।

অৱশেষত অভিযানকাৰী দলটোৱে দেওবাৰে পুৱা গুৱাহাটীৰ হাতীগাঁও গ্ল’বেল  চিকিৎসালয়ৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰে ধৃত আদামক।

আৰক্ষীৰ প্ৰাথমিক তদন্তত আদামৰ বাসগৃহৰ পৰা ম্যানমাৰত নিৰ্মিত এটা 9mm পিস্তল, বৃহৎ পৰিমাণৰ AK–47ৰ সজীৱ গুলী, কেইবাটাও বেংক পাছ বুক আৰু ATM কাৰ্ড, পাছপ’ৰ্ট আদি উদ্ধাৰ কৰে।

media school
Leave A Reply

Your email address will not be published.