চুইজাৰলেণ্ডৰ পদ্ধতিৰে দেশত কৰা হ’ব ঘেঁহু, আপেলৰ খেতি

0 116

চুইজাৰলেণ্ডৰ জেনেভাত ৰাষ্ট্ৰসংঘৰ ১১০ সংখ্যক আন্ত:ৰাষ্ট্ৰীয় শ্ৰমিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ যায় চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ সন্মানীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াই।

ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু শ্রম মন্ত্ৰালয়ৰ মাননীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াই অসম তথা ভাৰতবৰ্ষৰ কৃষক বন্ধু সকলক উৎসাহিত কৰিবলৈ চুইজাৰলেণ্ডৰ গাঁওৰ পথাৰ সমূহ পৰিদৰ্শন কৰি ঘেঁহু, আপেল আদি খেতিৰ নিজেই ভিডিঅ’ কৰি বৰ্ণনা দাঙি ধৰে।

বিদেশত বিভিন্ন খেতিৰ পথাৰ সমূহ দেখি আপ্লুত হৈ পৰা মাননীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াই আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যি সপোন কৃষকৰ আয় দুগুণ কৰাৰ সেই সপোনক বাস্তবায়িত কৰিবলৈ বিদেশৰ মাটিৰ পৰাই আমাৰ দেশৰ খেতিয়ক সকলকো নিজৰ আয় দুগুণ কৰাৰ বাবে বিজ্ঞানসন্মত ভাবে খেতি কৰিবলৈ আহ্বান জনালে।

জয় জোৱান
জয় কিষাণ

media school
Leave A Reply

Your email address will not be published.