বিশ্বৰ শ্ৰেষ্ঠ নেতাসকলৰ ভিতৰত সৰ্বাধিক জনপ্ৰিয় নেতাৰ শীৰ্ষস্থান দখল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

0 225

বিশ্বৰ শ্ৰেষ্ঠ নেতাসকলৰ ভিতৰত সৰ্বাধিক জনপ্ৰিয় নেতা হিচাপে শীৰ্ষস্থান দখল কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।এই কথা প্ৰকাশ পাইছে ‘মৰ্নিং কনছাল্ট’ নামৰ এটা সংস্থাই চলোৱা সমীক্ষাত ।

উল্লেখ্য যে,’মৰ্নিং কনছাল্ট’ নামৰ সংস্থাই চলোৱা সমীক্ষা অনুসৰি মোডীৰ জয়প্ৰিয়তাৰ হাৰ হৈছে ৭৬শতাংশ। তাৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি এলেন বেছটে।ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি এলেন বেছটে জনপ্ৰিয়তাৰ হাৰ হৈছে ৬৪ শতাংশ বুলি তালিকাত প্ৰকাশ কৰা হৈছে।

আনহাতে সংস্থাটোৱে চলোৱা সমীক্ষাত তৃতীয় স্থান লাভ কৰিছে মেক্সিকোৰ ৰাষ্ট্ৰপতি এন্ড্ৰেজ মেনুৱেল লোপেজ অব্ৰেডে।

media school
Leave A Reply

Your email address will not be published.