আগন্তুক ২৪ ঘণ্টাত অসমত হ’ব প্ৰৱল বৃষ্টিপাত বিজুলী – ঢেৰেকনি

0 185

প্ৰতিকূল বতৰৰ মাজতে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই জাৰি কৰিছে ৰেড এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্রটোৱে জাৰি কৰা আগজাননী অনুসৰি অসমকে ধৰি গুৱাহাটী মহানগৰীত অহা ২৪ ঘণ্টাত হ’ব পাৰে প্ৰৱল বৃষ্টিপাত।

সেয়েহে অহা ২৪ ঘণ্টাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰি সতৰ্ক হ’বলৈ আহ্বান জনাইছে কেন্দ্ৰটোৱে। বিশেষকৈ মহানগৰীৰ বাবে ৰেড এলাৰ্ট জাৰি কৰে কেন্দ্ৰটোৱে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই শনিবাৰৰ দিনটোত মহানগৰীত সৰ্ব্বোচ্চ তাপমাত্ৰ ২৯ ডিগ্ৰী চেলছিয়াছে পৰ্যন্ত হ’ব বুলি জনাইছে ।

media school
Leave A Reply

Your email address will not be published.