আজি অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱস!৩৯ বছৰত ভৰি দিলে আঞ্চলিক দল অসম গণ পৰিষদে

0 206

১৪ অক্টোবৰত অসমৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস। দলটোৰ জন্মস্থান গোলাঘাটতে আয়োজন কৰা হৈছে অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান। গোলাঘাটৰ সমন্নয় ক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে দলটোৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান

দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ। অনুস্থানৰ প্ৰথম কাৰ্যসূচীৰূপে পুৱা আঠখেলীয়া নামঘৰত চাকি-বন্তি জ্বলাই সেৱা জনাই অগপ নেতৃবৰ্গই। পৰৱৰ্তী কাৰ্যসূচীৰূপে ১০ বজাৰ পৰা স্বহীদ তৰ্পণ আৰু সতীৰ্থ সোৱৰণ আৰু ১১ বজাৰ পৰা সুকলি সভা অনুষ্ঠিত হয়।

media school
Leave A Reply

Your email address will not be published.