দেখিলেই জিভাৰ পানী পৰা এই ফলবিধৰো আছে বিশেষ গুণাগুণ, পঢ়ক এই প্ৰতিবেদন

0 483

কৰদৈ টেঙা দেখিলেই হয়তো আপোনাৰো জিভালৈ পানী আহে,কিন্তু কৰদৈ টেঙা দেখাতেই যে লোভনীয় তেনে নহয়, স্বাস্থ্যৰ বাবে উপকাৰী এইবিধ ফল।দেহৰ বাবে উপকাৰী বিভিন্ন পুষ্টিৰে সমৃদ্ধ এই কৰদৈ। কৰদৈত ভিটামিন বি, ভিটামিন চি, কেলচিয়াম, ছডিয়াম, আইৰণ, আঁহ আদি পুষ্টি থাকে।

Health benefits of Starfruit | The Indian Express

কৰদৈ খালে হাড় শক্তিশালী হয়। এই ফলটোত যথেষ্ট পৰিমাণে ভিটামিন চি আৰু কেলচিয়াম থাকে।কৰদৈয়ে কোষ্ঠকাঠিন্য, বদহজম, গেছ আৰু পেটৰ বিষৰ দৰে সমস্যা আঁতৰ কৰাত সহায় কৰে। ই চুলি শক্তিশালী কৰাতো সহায় কৰে।

কৰদৈ ফলে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। ইয়াত যথেষ্ট বিটা-কেৰোটিন থাকে। এই বিটা-কেৰোটিনে শৰীৰত ভিটামিন Aৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে।

media school
Leave A Reply

Your email address will not be published.