অৱশেষত চিনাক্ত হ’ল বিজয় ৰূপানীৰ মৃতদেহ! দুৰ্ঘটনাৰ তিনিদিন পিছত চিনাক্ত মৃতদেহ
আহমেদাবাদৰ ভয়ংকৰ দুৰ্ঘটনাৰ আজি তৃতীয়টো দিন। তিনিদিনৰ অন্তত DNA পৰীক্ষাৰ দ্বাৰা চিনাক্ত কৰা হ'ল দুৰ্ঘটনাত মৃত্যুক আকোঁৱালি লোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃতদেহ।
মৃতদেহ চিনাক্তকৰণৰ বাবে পৰিয়ালৰ সদস্যৰ পৰা DNAৰ!-->!-->!-->!-->!-->…