১০ গৰাকী অসমীয়া শ্ৰমিকৰ জীৱনক লৈ হেতালি! এফালে শীত-তাপ নিয়ন্ত্ৰিত কোঠাত ONGCৰ বিৰিয়ানী পাৰ্টী!
এতিয়াও অনিয়ন্ত্ৰিত অৱস্থাত শিৱসাগৰৰ ভটীয়াপাৰৰ ONGCৰ ৰীগ বিস্ফোৰণস্থলী। কোনো ধৰণৰ ব্যৱস্থা নোলোৱাক লৈ ONGCৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী।
অহৰহ গতিত নিৰ্গত গেছক লৈ অঞ্চলজুৰি আতংক।
তাৰ মাজতে অসমীয়াৰ জীৱনক লৈ ONGCৰ!-->!-->!-->!-->!-->!-->!-->…
