ৰাজ্যৰ চৌদিশে বান বিভীষিকা, জনতাৰ মাজত হাহাকাৰ
ৰাজ্যৰ চৌদিশে বতৰে ধাৰণ কৰিছে ভয়াৱহ ৰূপ। নেৰা নেপেৰা বৰষুণৰ বাবে কৃত্ৰিম বানত ডুব গৈছে ৰাজ্যৰ কেইবাটাও প্ৰান্ত।
ব্যাহত হৈ পৰিছে জনজীৱন! যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিছে পথাচাৰীয়ে। বিনষ্ট হৈ পৰিছে খেতি-বাতি, ঘৰ-দুৱাৰ।
কেইবাদিন ধৰি!-->!-->!-->!-->!-->…
