দৰমহাৰ বাদে মোৰ বেলেগ সম্পত্তি একো নাই! মই কোনো সম্পত্তিৰ মালিক নহয়!

"মই কোনো সম্পত্তিৰ মালিক নহয়, মই কেৱল চৰকাৰী দৰমহা লওঁ।" এইদৰে সংবাদ মাধ্যমৰ আগত স্পষ্ট ভাষ্য প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এইদৰে উল্লেখ কৰে যে- "দৰমহাৰ বাহিৰে এটকাও সম্পত্তি

তিনিটা উপায়েৰে উপাৰ্জন কৰিলে হাতত নাথাকিব ধন! হৈ পৰিব দৰিদ্ৰ!

সকলো ব্যক্তিয়ে বহু টকা ঘটি কম সময়ৰ ভিতৰতে ধনী হ'ব বিচাৰে। ইয়াৰ বাবে বহুতে কঠোৰ পৰিশ্ৰম কৰে, আনহাতে কিছুমানে সহজ পদ্ধতি গ্ৰহণৰ চেষ্টা কৰে। কিন্তু আচাৰ্য চাণক্যই কিছুমান এনে পদ্ধতিৰ কথা কৈছে যাৰ দ্বাৰা ধন উপাৰ্জন কৰিলে সেই ধন কেতিয়াও স্থায়ী

গ্ৰেপ্তাৰ হ’ব পাৰে APCC ৰ সভাপতি গৌৰৱ গগৈ! অসমক নেপাল কৰিবলৈ দিয়া নহ’ব!

APCCৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। omnibus কেচত সভাপতিগৰাকীৰ বিৰুদ্ধে ৰুজু হ'ব গোচৰ। অসমক নেপাল কৰিবলৈ চেষ্টা কৰা কাকোৱে এৰি দিয়া নহ'ব বুলি কঠোৰ

প্ৰতিজনেই এতিয়া তৰল ৰাজনীতিত নামিছে! হঠাৎ কিয় ৰাজনীতি বেয়া পোৱা হ’ল দীপলিনা ডেকাই হ’ল…

ৰাজনীতি প্ৰিয় এগৰাকী কণ্ঠশিল্পী হৈছে দীপলিনা ডেকা। এগৰাকী সচেতন নাগৰিক হিচাপে তেওঁ বহু সময়ত যেনে 'কা' আন্দোলনৰ পৰা আৰম্ভ কৰি বান পৰিস্থিতিলৈকে সকলো ক্ষেত্ৰত এবাৰ হ'লেও মাত মাতিছে। কিন্তু হঠাৎ সেই গৰাকী কণ্ঠশিল্পীৰে বেয়া লগা হ'ল

কাইলৈ মহালক্ষ্মী পূজা। লক্ষ্মী পূজাৰ দিনটোত এইদৰে জনাওক শুভেচ্ছা।

কাইলৈ ধন- ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা। লক্ষ্মীদেৱীক আদৰিবলৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলিছে। পূজাৰ প্ৰয়োজনীয় উপকৰণেৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰসমূহ। জনবিশ্বাস অনুসৰি, লক্ষ্মীপূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি

নাকে-মুখে ফেন ওলাই সাগৰৰ পাৰত পৰি ৰৈছিল জুবিন গাৰ্গ! দৃশ্য দেখিও আওকান কৰিছিল মেনেজাৰ সিদ্ধাৰ্থ…

শেহতীয়াকৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে জুবিন গাৰ্গৰ মৃত্যু। দিনে দিনে ঘন ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে শিল্পীগৰাকীৰ মৃত্যুৰ তথ্য। ইতিমধ্যে ঘটনাৰে জড়িত শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে

দুৰ্গা পূজাত মাৰ চৰণত কিয় ‘সেন্দূৰ’ অৰ্পণ কৰা হয়? পূজাত মাৰ চৰণত ‘সেন্দূৰ’…

সেন্দূৰ হৈছে শক্তি, সৌন্দৰ্য- সমৃদ্ধি আৰু সিদ্ধিৰ প্ৰতীক। হিন্দু ধৰ্ম অনুসৰি সেন্দূৰ অতিকৈ পৱিত্ৰ বস্তু। সেইবাবে প্ৰতীগৰাকী হিন্দু মহিলাই তেওঁলোকৰ স্বামীৰ দীৰ্ঘায়ু কামনাৰ উদ্দেশ্যে শিৰত সেন্দূৰ লয়। উল্লেখ্য যে, সেন্দূৰৰ আছে বিশেষ মহত্ব।

কিয় কালৰাত্ৰি ৰূপ ধাৰণ কৰিছিল দেৱী দুগাই? কালৰাত্ৰি কোন?

আজি ২৯ ছেপ্টেম্বৰ। নৱৰাত্ৰিৰ সপ্তমটো দিন। দেৱী দুৰ্গাৰ সপ্তম ৰূপ বা কালৰাত্ৰীৰ নামত উৎসৰ্গিত এই দিনটো। হিন্দু শাস্ত্ৰত এই নৱৰাত্ৰি উৎসৱৰ অতি মহত্ত্ব আছে। এই সময়ছোৱাত ভক্তসকলে দেৱীৰ ৯টা ৰূপক পূজা কৰি মা ৰ আশীৰ্বাদ লাভ কৰে। উল্লেখ্য

নিজকে ধোৱা তুলসীৰ পাত সজোৱাৰ চেষ্টা শ্যামকানুৰ! জুবিন গাৰ্গক ছিংগাপুৰলৈ মতাটো পাপ নেকি?

অৱশেষত ওলাই পৰিল জোলোঙাৰ মেকুৰী। পলাই থকা বুলি বিতৰ্কিত শ্যামকানু মহন্তই অৱশেষত সামাজিক মাধ্যমত দিলে স্বীকাৰোক্তি। সামাজিক মাধ্যমত শ্যামকানুৱে উল্লেখ কৰিছে যে- "মই আজি গুৱাহাটীলৈ যোৱাৰ কথা আছিল। মোক গুৱাহাটীলৈ আহিলে কাটিম মাৰিম বুলি মেচেজ

অসমত ব্লেকলিষ্টেড কৰা হ’ল শ্যামকানু মহন্তক। অসমত শ্যামকানুৱে কৰিব নোৱাৰিব কোনো অনুষ্ঠান!

অসমীয়াৰ হৃদস্পন্দন জুবিন গাৰ্গৰ মহাপ্ৰয়াণ। মহানায়কৰ মৃত্যুত স্তব্ধ হৈ পৰিছে সমগ্ৰ অসম। অশ্ৰুসিক্ত নয়নৰে শিল্পীগৰাকীক চিৰবিদায় জনালে কোটি কোটি অনুৰাগীয়ে। মঙলবাৰে সোণাপুৰৰ কমাৰকুছিত পঞ্চভূতত বিলীন হৈ গ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ।