শেষ মূহূৰ্তত কি হৈছিল হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ সৈতে? কি ক’লে সহধৰ্মিনী গৰিমা গাৰ্গে?
কোটি কোটি অনুৰাগীক কন্দুৱাই ঘূৰি নহাৰ বাটেৰে গুছি গ'ল হাৰ্টথ্ৰ'ব জুবিন গাৰ্গ। কোটি কোটি অনুৰাগীক কন্দুৱাই চিৰবিদায় এটা যুগৰ। ৫২ বছৰ বয়সত অকাল মৃত্যুক আকোৱালি লয় কণ্ঠশিল্পীগৰাকীয়ে। ১৯ ছেপ্টেম্বৰটো যেন ইতিহাসৰ বাবে এটা ক'লা দিন।
ছিংগাপুৰত!-->!-->!-->…
