আপোনাৰ প্ৰস্ৰাৱৰ ৰং সলনি হৈছে নেকি? এয়া কি ৰোগৰ লক্ষণ আপুনি জানেনে ? ইয়াৰ বিষয়ে কি কয় চিকিৎসকে?
প্ৰস্ৰাৱৰ ৰঙে স্বাস্থ্যৰ লগত জড়িত বহু গোপন কথা পোহৰলৈ আনে। প্ৰস্ৰাৱৰ ৰং সলনি হোৱাটো ৰোগৰ লক্ষণ হ'ব পাৰে আৰু ইয়াৰ প্ৰতি মানুহ সচেতন থকাটো উচিত।
উল্লেখ্য যে, গ্ৰীষ্মকালত মানুহে প্ৰায়ে হালধীয়া প্ৰস্ৰাৱ কৰিবলৈ আৰম্ভ কৰে। কিন্তু আপুনি যদি!-->!-->!-->…
