‘মিঞাক সহায় কৰিব ৰাজ্য চৰকাৰে!’ মিঞাই মিঞালেণ্ড বিচাৰিলে নিশ্চয় মিঞালেণ্ড হ’ব!
সম্প্ৰতি অসমত চৰ্চাৰ বিষয় হৈ পৰিছে মিঞালেণ্ড। অসমত মিঞালেণ্ড বনাবৰ বাবে একাংশই চৰকাৰক দাবী উত্থাপন কৰিছে। শেহতীয়াকৈ মিঞালেণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া।
ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত!-->!-->!-->…
