গ্ৰাম্য জীৱিকাৰ ভেটি টনকিয়াল কৰাৰ লক্ষ্য মন্ত্ৰী অতুল বৰাৰ! SITAৰ উপাধ্যক্ষ নাৰায়ণ চন্দ্ৰ বৰকটকীৰ…
শুক্রবাৰে জনতা ভৱনত ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ (SITA)ৰ উপাধ্যক্ষ নাৰায়ণ চন্দ্ৰ বৰকটকীৰ সৈত বৈঠকত অংশগ্ৰহণ কৰে কৃষিমন্ত্ৰী অতুল বৰাই।
বৈঠকত গৃহসমষ্টি বোকাখাতৰ অন্তৰ্গত কাজিৰঙাৰ বৰভেটাত ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ আৰু!-->!-->!-->!-->!-->…
