মৃত্যুৰ পূৰ্বে শেফালীয়ে স্বামীক ইংগিত দিছিল! কিন্তু বহু হেঁপাহ মনত সাঁচিয়ে অজান দেশলৈ ঢাপলি মেলিলে…
মাত্ৰ ৪২ বছৰ বয়সতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক আঁকোৱালি ল'লে 'কাটা লগা' খ্যাত জনপ্ৰিয় অভিনেত্ৰী শ্বেফালী জাৰিৱালাই।
অৱশ্যে মৃত্যুৰ পাঁচ ঘণ্টা পূৰ্বে নিজৰ পোহনীয়া জন্তুটোৰ সৈতে ফুৰিবলৈ ওলাই গৈছিল অভিনেত্ৰীগৰাকী। অকাল মৃত্যুৰ বাবে!-->!-->!-->!-->!-->…
