চৌদি আৰৱ চৰকাৰৰ অনুমতি;এতিয়াৰে পৰা মক্কাত পঢ়িব পাৰিব নামাজ

0 695

সম্পূৰ্ণ সাত মাহৰ পাছত মক্কাৰ অল-হৰম মছজিদত নামাজ পঢ়িবলৈ অনুমতি পালে ইছলামধৰ্মাৱলম্বী লোকসকলে।মহামাৰী ক’ৰোনাৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এপ্ৰিল মাহত চৌদি আৰৱ চৰকাৰে মক্কা তথা মদিনাত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।অৱশেষত সম্পুৰ্ণ সাত মাহৰ পাছত মক্কাত নামাজ পঢ়াৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰে চৌদি চৰকাৰে।চৌদি আৰৱব এটা চৰকাৰী টেলিভিচন চেনেলে এই তথ্য প্ৰকাশ কৰে

media school
Leave A Reply

Your email address will not be published.