বাংলাদেশী খেলুৱৈ মুছফিকুৰ ৰহিমৰ অভদ্ৰামি,ভাইৰেল হ’ল ভিডিঅ

0 265

বাংলাদেশ টি-২০ কাপৰ সময়ত জেষ্ঠ খেলুৱৈ মুছফিকুৰ ৰহিমে তেওঁৰ সহযোগী খেলুৱৈৰ ওপৰত অপ্ৰিতীকৰআচৰণ কৰে। সহযোগী খেলুৱৈ নাছুমক হাত দঙাৰ চেষ্টা কৰে,বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভিডিঅ ।


টি-২০ টুৰ্ণামেণ্ট খেলৰ মাজতে ঘটে ঘটনাটো ।ঢাকাৰ অধিনায়ক মুছফিকুৰ ৰহিমে খং নিয়ন্ত্ৰণ কৰিব নোৱাৰি খেলপথাৰত চৰ মৰাৰ চেষ্টা কৰে ।কেছ ধৰিবলৈ যোৱা সময়তে ভুল বুজাবুজিৰ বাবে পৰস্পৰে পৰস্পৰক খুন্দিয়াই ।পৰৱৰ্তী সময়ত বুজাবুজি হোৱাও পৰিলক্ষিত হয় ।

আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰায়ে বাংলাদেশৰ খেলুৱৈ সকল বিতৰ্কত সোমায় ।সহযোগী ক্ৰিকেটাৰক কৰা অদ্ভুদ আচৰণৰ বাবে বৰ্তমান ক্ৰিকেটাৰ প্ৰেমী সকলে তীব্ৰ ভাৱে সমালোচনা কৰিছে ।

media school
Leave A Reply

Your email address will not be published.