মল্লযুদ্ধত ভাৰতৰ প্ৰথমটো পদক অৰ্জন অংশু মালিকৰ ব্যক্তিগত বিশ্বকাপত ৰূপৰ পদক জয়

0 160


ভাৰতীয় অংশু মালিকে চাৰ্বিয়াৰ বেৰগ্ৰাদত অনুষ্ঠিত ব্যক্তিগত বিশ্বকাপত দেশৰ প্ৰথমটো পদক লাভ কৰে,যিহেতু মহিলাৰ ৫৭ কেজি শ্ৰেণীত দ্বিতীয় স্থান লাভ কৰে ।

১৯বছৰীয়া মল্ডভাছ এনাছটাছিয়া নিকিতাৰ হাতত পৰাস্ত হয় ।

আনহাতে জুনিয়ৰ এছিয়া চেম্পিয়নশ্বিপত অংশুয়ে সোণৰ পদক অৰ্জন কৰিছিল ।

উল্লেখ্য যে , মহামাৰি পৰিস্থিতিয়ে পৰীক্ষণৰ অনুমতি নিদিয়াৰ স্বত্তেও অংশুয়ে নিজৰ গাঁৱত মল্লযুদ্ধৰ অনুশীলন অব্যাহত ৰাখিছিল আৰু যাৰ ফলত বিশ্বকাপ এই সফলতা লাভ কৰিলে ।অংশুৰ এই আৰম্ভনি যুৱ প্ৰজন্মৰ বাবে এক শক্তি হিচাপে গণ্য কৰা হ’ব ।

media school
Leave A Reply

Your email address will not be published.