ভাৰতীয় ক্ৰিকেট দলৰ লজ্জাজনক প্ৰদৰ্শন

0 149

টেষ্ট ক্ৰিকেটৰ ইতিহাসত ভাৰতীয় দলে নিম্নতম ৰানৰে আউট হয়।পূৰ্বৰ টেষ্ট ক্ৰিকেটত ভাৰতৰ নিম্নতম ৪২ৰান আছিল ।কিন্তু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দিবানৈশ টেষ্টৰ দ্বিতীয় ইনিংছত ভাৰতে মাত্ৰ ৩৬ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম খন টেষ্টৰ দ্বিতীয় ইনিংছত মাত্ৰ ৩৯ৰানতে ৯তাকৈ উইকেট হেৰুৱাই ইনিংছ ঘোষণা কৰে ভাৰতীয় দলে ।

দ্বিতীয় ইনিংছ সৰ্বাধিক ৯ ৰান সংগ্ৰহ কৰে মায়ংক আগৰৱালে ।পৃথ্বী শ্ব ,পূজাৰা ,কোহলি,ৰাহানে,ছাহা সকলোৱে নিজৰ খেল প্ৰদৰ্শনত ব্যৰ্থ হয়।

ভাৰতে অষ্ট্ৰেলিয়াৰ সন্মুখত বৃহৎ ৰান থিয় কৰাৰ সুযোগ লাভ কৰে যদিও দ্বিতীয় খেলত বেটিং ব্যৰ্থতাই ভাৰতীয় দলক বিপৰ্যয়ৰ ফালে ঠেলি দিয়ে ।

media school
Leave A Reply

Your email address will not be published.