টাটা স্কাই ৰ বিশেষ পদক্ষেপ ,সকলো শিশুৱে লাভ কৰিব বিনামূলীয়া শিক্ষা ।

0 189

“টাটা স্কাই ক্লাছৰুম ” সকলো শিশুৱে ইয়াত বিনামূলীয়া শিক্ষা লাভ কৰিব ,কোনো মাচুল পৰিশোধ কৰিব নালাগে এই চেনেলতোৰ বাবে ।

কভিড- ১৯ ৰ বাবে ,স্কুল ,কলেজৰ পৰা কোচিংলৈ সকলো ঠাইতে অনলাইন শিক্ষা প্ৰদান কৰা হৈছে ।এই কামটো বহু উচ্চ পৰ্যায়ৰ এপ মুকলি কৰা হৈছে ,তথাপিও টাটা স্কাইৰ এই বিশেষ পদক্ষেপক সঁহাৰি জনাই গ্ৰাহক সকলে ।

এই চেনেলটোৰ নাম হ’ব “টাটা স্কাই ক্লাছৰুম এডুকেচন ” ৬৫৩ নং চেনেলত লাভ কৰিব এই বিশেষ সেৱা ।

৭০০ৰো অধিক এনিমেটেড ভিডিঅ’ৰে সমৃদ্ধ এই চেনেলটো হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে উপলব্ধ হ’ব ।

media school
Leave A Reply

Your email address will not be published.