টুইটাৰত আবেগিক পোষ্ট “পেলেৰ অভিলেখ ভংগ মেছিৰ “

0 208

লা লিগাত ভলাডলিডৰ বিৰুদ্ধে কৰা গ’লেৰে কিংবদন্তি ফুটবলাৰ পেলেৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে তাৰকা ফুটবলাৰ লিঅ’নেল মেছিয়ে।

বাৰ্চিলোনা হৈ মেছিয়ে নিজৰ ৬৪৪ সংখ্যক গ’লটো দিয়ে ।
এটা ক্লাৱৰ হৈ যিকোনো খেলুৱৈয়ে কৰা এয়া সৰ্বাধিক গ’ল ।

২০০৪ চনৰ পৰা বাৰ্চিলোনাৰ জাৰ্ছীত ৭৪৯ খন মেচত অৱতীৰ্ণ হৈ ৬৪৪ টা গ’লৰ মাইলৰ খুঁটিত উপনীত হয় মেছি।

ক্লাব ফুটবল ব্ৰাজিলৰ ছণ্টোছৰ ১৯৫৭ চনৰ পৰা ১৯৭৪ চন পৰ্যন্ত ৬৬৫ খন মেছ খেলি ৬৪৩ টা গ’ল কৰিছিল।

মেছিয়ে টুইটাৰ যুগে জনায় “ফুটবল খেলিবলৈ আৰম্ভ কৰাৰ সময়ত অভিলেখ ভাঙিব পাৰিম বুলি ভবা নাছিলোঁ ,পেলেৰ অভিলেখ ভঙাৰ কথা ভাবিবই পৰা নাছিলোঁ ।”

media school
Leave A Reply

Your email address will not be published.