বদৰপুৰৰ কংগ্রেছী বিধায়ক জামালউদ্দিন আহমেদৰ দেহাৱসান

0 341

বদৰপুৰৰ কংগ্রেছী বিধায়ক জামালউদ্দিন আহমেদৰ দেহাৱসান।

যোৱা নিশা কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত তেখেতৰ মৃত্যু হয়। জানিব পৰা মতে তেওঁ বহু দিনৰ পৰা হৃদজনিত ৰোগত আক্ৰান্ত হৈ আছিল।

কৰিমগঞ্জ জিলাৰ বদৰপুৰ বিধানসভা সমষ্টিৰ পৰা তিনিবাৰৰ বিধায়ক আছিল জামালউদ্দিন আহমেদ।

তেখেতৰ মৃত্যুৰ সময়ত বয়স আছিল ৬৬ বছৰ।

media school
Leave A Reply

Your email address will not be published.