ঘোষণা হ’ল ২০২১ ৰ আই পি এলৰ তালিকা

0 576

বিচিচিআইয়ে আই পি এল ২০২১ অনুসূচী ঘোষণা কৰিছে।

১৪ তম আই পি এল চিজনৰ প্ৰথম খেলখন ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব আনহাতে ফাইনেলখন ৩০ মে’ত আহমেদাবাদত অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাখনৰ প্ৰথম খন খেল চেন্নাইত মুম্বাই ইণ্ডিয়ানছ (এমআই বনাম চিচিবি) আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালোৰৰ মাজত অনুষ্ঠিত হ’ব।

আই পি এল ২০২১ ৰ সকলো খেল চেন্নাই, মুম্বাই, আহমেদাবাদ, দিল্লী, বাংগালোৰ আৰু কলকাতাত অনুষ্ঠিত হ’ব আনহাতে আহমেদাবাদত নক-ক’ট খেল অনুষ্ঠিত হ’ব।

এই চিজনত মুঠ ৫৬ খন খেল খেলা হ’ব। কোনো দলে এইবাৰ তেওঁলোকৰ ঘৰুৱা খেলপথাৰত খেলখন খেলিব নালাগে।

media school
Leave A Reply

Your email address will not be published.