ধিংএক্সপ্ৰেছ হিমা দাসৰ ক’ভিড

1 4,764

ক’ভিডত আক্ৰান্ত বিশ্বজুৰি খ্যাত ধিং এক্সপ্ৰেছ হিমা দাস।মঙলবাৰে হিমা দাসৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ পিছত বৰ্তমান পাটিয়ালাত আছে তাৰকা খেলুৱৈগৰাকী

টকিঅ অলিম্পিকলত সফলতা অৰ্জনত ব্যৰ্থ হোৱাৰ পিছত আকৌ অনুশীলন আৰম্ভ কৰিছিল হিমা দাসে আৰু তাৰ মাজতেই ক’ভিডত আক্ৰান্ত হোৱাৰ খবৰ আহি পৰিছে খেলুৱৈ গৰাকীৰ

media school
1 Comment
  1. get well soon Hima das
    very good news portal from NE

Your email address will not be published.