জম্মু কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত অমিত শ্বাহ

0 4,537

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি জম্মু কাশ্মীৰৰ পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত হয় শ্ৰীনগৰত । কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ অমিত শ্বাহৰ তিনিদিনীয়া ভ্ৰমণসূচি ।

২০১৯ চনৰ, ৫ আগষ্টত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছত অমিত শ্বাহ প্ৰথমবাৰৰ বাবে আজি উপস্থিত হয় জম্মু কাশ্মীৰত ।

Leave A Reply

Your email address will not be published.