চতুৰ্থ এছিয়ান খ’ খ’ চেম্পিয়নশ্বিপৰ সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ মন্ত্ৰী পিযুষ হাজৰীকাৰ

0 164

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই অসমৰ মাননীয় ৰাজ্যপাল শ্ৰীযুত গোলাব চান্দ কাটাৰিয়াৰ উপস্থিতিত তামুলপুৰত অনুষ্ঠিত হৈ থকা চতুৰ্থ এছিয়ান খ’ খ’ চেম্পিয়নশ্বিপৰ ভাৰত আৰু নেপালৰ মাজৰ পুৰুষৰ চুড়ান্ত খেলখন আজি উপভোগ কৰে।

ভাৰতে চূড়ান্ত বিজয়ী হোৱা খেলখনত চেম্পিয়নশ্বিপৰ সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে দ্বিতীয় দল নেপালৰ খেলুৱৈসকলক মেডেল প্ৰদান কৰে।

media school
Leave A Reply

Your email address will not be published.