ব্যংগ নাটৰ জড়িয়তে বাল্যবিবাহ সম্পৰ্কে সজাগতা কাৰ্যসূচী

0 397

হস্তিনাপুৰ প্ৰাথমিক বিদ্যালয়ত বাল্যবিবাহ প্ৰতিৰোধ সম্পৰ্কে সজাগতা কাৰ্যসূচী।ব্যংগ নাটৰ জড়িয়তে বাল্যবিবাহ সম্পৰ্কে WE CAN আৰু নৱ প্ৰত্যয় ফাউণ্ডেশ্যনৰ উদ্যোগত সজাগতা কাৰ্যসূচী।

আজি WE CAN(An agrestic development organisation) আৰু নৱ প্ৰত্যয় ফাউণ্ডেচনৰ উদ্যোগত বাল্য বিবাহ প্ৰতিৰোধ সম্পৰ্কে কেইবাটাও সজাগতা কাৰ্যসূচী হাতত লোৱা হয়।গুৱাহাটী মহানগৰীৰ নিকটৱৰ্তী ৯মাইল স্থিত হস্তিনাপুৰ বজাৰ চক আৰু হস্তিনাপুৰ প্ৰাথমিক বিদ্যালয়ত বাল্য বিবাহ সম্পৰ্কে ব্যংগ নাট এখনিৰ যোগেদি উপস্থিত লোক সকলৰ মাজত সজাগতা অনা হয়। এই নাটখনিৰ যোগেদি ২১বছৰৰ তলত বিবাহ যে এক অপৰাধ তথা সামাজিক ব্যাধি এই কথা নাটৰ জড়িয়তে প্ৰকাশ কৰা হয়। এই কাৰ্যসূচীত WE CAN আৰু নৱ প্ৰত্যয় ফাউণ্ডেচনৰ কাৰ্যকৰ্তা সকলৰ লগতে USTM আৰু অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

media school
Leave A Reply

Your email address will not be published.