IPL নিলামৰ পিছত ১০টা ফ্ৰেঞ্চাইজিত কোন কোন খেলুৱৈ? দলসমূহৰ সম্পূৰ্ণ খেলুৱৈৰ তালিকা চাওক

0 5,216

ডুবাইত আই পি এল ২০২৪ নিলাম সম্পূৰ্ণ হোৱাৰ লগে লগে দহটা দলে অহা বছৰৰ প্ৰতিযোগিতাৰ বাবে তেওঁলোকৰ দল সম্পূৰ্ণ কৰিছে। ৭২ জন খেলুৱৈক ২৩০.৪৫ কোটি টকাত বিক্ৰী কৰা হৈছে।

অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ মিচেল ষ্টাৰ্ক, আৰু পেট কামিনছ ipl অৰ চমক হৈ পৰে। ষ্টাৰ্ক ipl ইতিহাসৰ আটাইতকৈ দামী ক্ৰিকেটাৰ হৈ পৰে। KKR এ ২৪.৭৫ কৌটি টকাত মিচেল ষ্টাৰ্কক নিজৰ দললৈ ক্ৰয় কৰে।
পেট কামিনছক ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০.৫০ কৌটি টকাত ক্ৰয় কৰে।

আই পি এল ২০২৪ auction ৰ পিছত ১০ টা দলৰ চূড়ান্ত দল সমুহ এনেধৰণৰ-

চেন্নাই চুপাৰ কিংছ: এম এছ ধোনী (গ), মইন আলী, দীপক চাহাৰ, ডেভন কনৱে, তুষাৰ দেশপাণ্ডে, শিৱম দুবে, ৰুতুৰাজ গায়কৱাড়, ৰাজবৰ্ধন হেংগেৰগেকাৰ, ৰবীন্দ্ৰ জাদেজা, অজয় মণ্ডল, মুকেশ চৌধুৰী, মথিশা পাথিৰানা, আজিংক্য ৰাহানে, শইক ৰছিদ, মিচেল চেণ্টনাৰ, চিমাৰজিৎ সিং, নিশান্ত সিন্ধু। চেন্নাই চুপাৰ কিংছে auction ত ৰাচিন ৰবীন্দ্ৰ, শাৰ্দুল ঠাকুৰ, ডেৰিল মিচেল, সমীৰ ৰিজভি, মুস্তাফিজুৰ ৰহমান, অভেনিছ ৰাও আৰাভেলী খেলুৱৈ সকলক ক্ৰয় কৰে।

মুম্বাই ইণ্ডিয়ানছ: ৰোহিত শৰ্মা, ডেৱাল্ড ব্ৰেভিছ, সূৰ্যকুমাৰ যাদৱ, ঈশান কিষাণ, এন তিলক বৰ্মা, টিম ডেভিদ, বিষ্ণু বিনোদ, অৰ্জুন তেণ্ডুলকাৰ, শ্বামছ মুলানি, নেহাল ৱাধেৰা, যশপ্ৰীত বুমৰাহ, কুমাৰ কাৰ্তিকেয়া, পীয়ুষ চাওলা, আকাশ মাধৱাল, জেচন বেহৰেনডৰ্ফ, ৰোমাৰিঅ, শ্বেফাৰ্ডিক পাণ্ডিয়া। মুম্বাই ইণ্ডিয়ানছে গেৰাল্ড কোয়েটজি, দিলশান মাদুশংকা, শ্ৰেয়াছ গোপাল, নুৱান থুছাৰা, নমন ধীৰ, অংশুল কম্বোজ, মহম্মদ নবী, শিৱালিক শৰ্মাক ক্ৰয় কৰা

দিল্লী কেপিটেল: ঋষভ পন্ত, প্ৰবীণ দুবে, ডেভিদ ৱাৰ্ণাৰ, বিকি অষ্টৱাল, পৃথ্বী শ্ব, অনৃখ নৰ্টজে, আবিশেক পোৰেল, কুলদীপ যাদৱ, অক্সাৰ পেটেল, লুঙ্গি এনগিডি, ললিত যাদৱ, খলিল আহমেদ, মিচেল মাৰ্শ, ইশান্ত শৰ্মা, যশ ধুল, মুকেশ কুমাৰ। দিল্লী কেপিটেলে হেৰী ব্ৰুক, ট্ৰিষ্টান ষ্টবছ, ৰিকি ভুই, কুমাৰ কুশাগ্ৰা, ৰশিখ দাৰ, ঝেই ৰিচাৰ্ডচন, সুমিত কুমাৰ, শ্বাই হোপ, স্বাষ্টিক ছিকাৰাক ক্ৰয় কৰে।

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ: ফাফ ডু প্লেচিছ, গ্লেন মেক্সৱেল, বিৰাট কোহলী, ৰজত পাতিদাৰ, অনুজ ৰাৱট, দিনেশ কাৰ্তিক, সুয়াশ প্ৰভুদেশাই, উইল জেকচ, মহিপাল লোমৰোৰ, কৰ্ণ শৰ্মা, মনোজ ভাণ্ডাগে, মায়াংক ডাগাৰ, বিজয়কুমাৰ বৈশাক, আকাশ দীপ, মহম্মদ চিৰাজ, ৰিচ টপলী। RCB এ হিমাংশু শৰ্মা, ৰাজেন কুমাৰ, কেমেৰুন গ্ৰীণ, আলজাৰি জোছেফ, যশ দয়াল, টম কুৰান, লকি ফাৰ্গুচন, স্বপ্নিল সিং, সৌৰভ চৌহানক ক্ৰয় কৰে।

ছানৰাইজাৰ্ছ হায়দৰাবাদ: আব্দুল চামাদ, অভিষেক শৰ্মা, এডেন মাৰ্ক্ৰাম, মাৰ্কো জানচেন, ৰাহুল ত্ৰিপাঠী, ৱাশ্বিংটন সুন্দৰ, গ্লেন ফিলিপছ, চানভিৰ সিং, হেনৰিখ ক্লাসেন, ভুৱনেশ্বৰ কুমাৰ, মায়াংক আগৰৱালা, টি নটৰাজন, অনমোলপ্ৰীত সিং, মায়াংক মাৰ্কান্দে, উপেন্দ্ৰ সিং যাদৱ, উমেন্দ্ৰন মালিক, নীতিশ কুমাৰ ৰেড্ডী, ফজলহাকি ফাৰুকী, শ্বাহবাজ আহমেদ।
SRH এ ট্ৰেভিছ হেড, ৱানিন্দু হাচাৰাঙ্গা, পেট কামিন্স, জয়দেৱ উনাদকট, আকাশ সিং, ঝাথাভেধ সুব্ৰমন্যনক ক্ৰয় কৰে।

কলকাতা নাইট ৰাইডাৰ্ছ; নীতিশ ৰাণা, ৰিংকু সিং, ৰহমানুল্লাহ গুৰবাজ, শ্ৰেয়াছ আয়াৰ (গ), জেচন ৰয়, সুনীল নাৰিন, সুযশ শৰ্মা, অনুকুল ৰয়, আন্দ্ৰে ৰাছেল, ভেঙ্কটেশ আয়াৰ, হৰ্ষিত ৰাণা, বৈভৱ অৰোৰা, বৰুণ চাকাৰাৱৰ্থি। KKR এ কে.এছ. ভাৰত, চেতন চাক্ৰিয়া, মিচেল ষ্টাৰ্ক, অংকৃষ ৰঘুবংশী, ৰমনদীপ সিং, শ্বেৰফানে ৰাডাৰফৰ্ড, মনীষ পাণ্ডে, মুজিব উৰ ৰহমান, গাছ এটকিনচন, চাকিব হুছেইনক ক্ৰয় কৰে।

গুজৰাট টাইটানচ; ডেভিদ মিলাৰ, শুভমান গিল (গ), মেথিউ ৱেড, ঋদ্ধিমান সাহা, কেন উইলিয়ামচন, অভিনৱ মনোহৰ, বি চাই সুধাৰসান, দৰ্শন নলকান্দে, বিজয় শংকৰ, জয়ন্ত যাদৱ, ৰাহুল তেৱাতিয়া, মহম্মদ ছামী, নুৰ আহমেদ, চাই কিশোৰ, ৰছিদ খান, জচুয়া লিটল, মোহিত শৰ্মা GT এ আজমতুল্লাহ ওমৰজাই, উমেশ যাদৱ, শ্বাহৰুখ খান, সুশান্ত মিশ্ৰ, কাৰ্তিক ত্যাগী, মানৱ সুথাৰ, স্পেন্সাৰ জনচন, ৰবিন মিঞ্জ।

পাঞ্জাৱ কিংছ: শিখৰ ধাৱান (গ), মেথিউ শ্বৰ্ট, প্ৰভচিমৰণ সিং, জিতেশ শৰ্মা, সিকন্দৰ ৰাজা, ঋষি ধাৱান, লিয়াম লিভিংষ্টোন, অথৰ্ব তাইড, আৰ্শদীপ সিং, নাথান এলিছ, ছেম কুৰান, কাগিচো ৰাবাডা, হৰপ্ৰীত ব্ৰাৰ, ৰাহুল চাহাৰ, হৰপ্ৰীত ভাটিয়াক। পাঞ্জাৱ কিংছে বিদ্বাথ কাভেৰাপ্পা, শিৱম সিং, হৰ্ষল পেটেল, ক্ৰিছ ৱ’ক্স, আশুতোষ শৰ্মা, বিশ্বনাথ প্ৰতাপ সিং, শশাংক সিং, তানাই থায়াগাৰাজন, প্ৰিন্স চৌধুৰী, ৰিলি ৰছৌউ ক্ৰয় কৰে।

ৰাজস্থান ৰয়েলছ: সঞ্জু চেমছন (গ), জছ বাটলাৰ, চিমৰন হেটমেয়াৰ, যশস্বী জয়ছৱাল, ধ্ৰুৱ জুৰেল, ৰিয়ান পৰাগ, ডোনোভান ফেৰেৰা, কুনাল ৰাঠৌৰ, ৰবিচন্দ্ৰন অশ্বিন, কুলদীপ সেন, নৱদীপ চাইনী, প্ৰসিদ্ধ কৃষ্ণা, সন্দীপ শৰ্মা, ট্ৰেণ্ট ব’ল্ট, যুজবেন্দ্ৰ চাহাল, এডাম জাম্পা, আভেশ খান, আভেশ খান। RR এ ৰোভমেন পাৱেল, শুভম ডুবে, টম কোহলাৰ-কেডমোৰ, আবিদ মুস্তাক, নন্দ্ৰে বাৰ্গাৰক ক্ৰয় কৰে।

লক্ষ্ণৌ চুপাৰ জায়ান্টচ: কে এল ৰাহুল (গ), কুইন্টন ডি কক, নিকোলাছ পুৰাণ, আয়ুষ বাডোনি, কাইল মেয়াৰছ, মাৰ্কাছ ষ্টইনিছ, দীপক হুডা, দেৱদত্ত পডিক্কাল, ৰবি বিষ্ণোই, নবীন-উল-হক, ক্ৰুণাল পাণ্ডিয়া, যুধবীৰ সিং, প্ৰেৰক মানকাড, যশ ঠাকুৰ, অমিত মিশ্ৰা, মাৰ্ক উড, মায়াংক যাদৱ, মহনগম, গোৱত খান, খান, খান। LSG এ শিৱম মাভি, আৰ্শিন কুলকাৰ্ণী, এম. সিদ্ধাৰ্থ, এষ্টন টাৰ্ণাৰ, ডেভিড ৱিলি, মহম্মদ। আৰ্শাদ খানক নিজ দললৈ ক্ৰয় কৰে।

Leave A Reply

Your email address will not be published.